পূৱ বিলাসীপাৰা, 2 ছেপ্তেম্বৰ :পূৱ বিলাসীপাৰাৰ চাপৰৰ নগৰত লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ । পূৱ বিলাসীপাৰাৰ চাপৰ নগৰত বুধবাৰে চলে বন বিভাগৰ অভিযান । নগৰখনৰ কাজিপাৰাত অৱস্থিত জামান টিম্বাৰ ডিপোত বন বিভাগৰ এটা দলে চলায় অভিযান । 1996 চনৰ পৰা এই কাঠফলা মিলটোৰ অনুজ্ঞাপত্ৰ নবীকৰণ নকৰাৰ লগতে বিভিন্ন অভিযোগৰ ভিত্তিত বন বিভাগে লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ কৰে ।
চাপৰত বন বিভাগৰ অভিযানত জব্দ মূল্যৱান কাঠৰ লগতে যন্ত্ৰ - Illegal Timber and saw mil Seized bu Dept of Forest in Dhubri
পূৱ বিলাসীপাৰাৰ চাপৰৰ নগৰত লক্ষাধিক টকাৰ কাঠফলা যন্ত্ৰাংশৰ উপৰিও মূল্যবান কাঠ জব্দ ।
চাপৰত বন বিভাগৰ অভিযানত জব্দ মূল্যৱান কাঠৰ লগতে যন্ত্ৰ