অসম

assam

ETV Bharat / jagte-raho

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান - যাৱৎজ্জীৱন কাৰাদণ্ড

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান | দূৰ্গাপূজাৰ দশমীৰ দিনা পিনাকী দেক অতি নিৰ্মমভাৱে হত্যা কৰা 4 হত্যাকাৰীক ৫০ হাজাৰ টকাকৈ জৰিমনা দিয়াৰ লগতে যাৱৎজ্জীৱন কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰে ৷

হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান

By

Published : Aug 30, 2019, 6:33 PM IST

হোজাই,30আগষ্টঃ

  • হোজাই অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (দ্ৰুতগতি) আদালতৰ দৃষ্টান্তমূলক ৰায়দান
  • দূৰ্গাপূজাৰ দশমীৰ দিনা পিনাকী দেক অতি নিৰ্মমভাৱে চোকা অস্ত্ৰৰে হত্যা কৰিছিল 4 হত্যাকাৰীয়ে
  • ঘটনাৰ লগত জড়িত চাৰি হত্যাকাৰীক প্ৰতিজনক ৫০ হাজাৰ টকাকৈ জৰিমনা দিয়াৰ লগতে যাৱৎজ্জীৱন কাৰাদণ্ডৰ ঘোষণা
  • চাৰি হত্যাকাৰী ক্ৰমে বিপুল দে,অচিন্ত দে,কৃষ্ণ দে,প্ৰণৱ আশীষ দত্ত উৰফে মুন্না দত্ত
  • ন্যায়াধীশ এন এচ দেউৰীয়ে প্ৰদান কৰে এই দৃষ্টান্তমূলক ৰায়
  • গোচৰত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই
    হোজাই শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান

ABOUT THE AUTHOR

...view details