নিউজ ডেস্ক, 7 জানুৱাৰী :গুৱাহাটী আৰক্ষীৰ এক সফল অভিযানত ধৰা পৰিছে 7জনকৈ চোৰ ৷ এক আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দলটোক গোপন সূত্ৰে কৰায়ত্ত কৰিবলৈ সক্ষম হয় গড়চুক আৰক্ষীয়ে ৷
গুৱাহাটী আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দল - Guwahati Police news
গুৱাহাটী আৰক্ষীৰ জালত পৰিছে আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দলৰ 7 জনকৈ চোৰ ৷
গুৱাহাটী আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ীচোৰৰ দল
গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত চোৰকেইটা চোহিদুল আলি, নাদিৰ আলি, ইছমাইল আলি, ৰাজীৱ আলি, জাহিদুল আলি, ৰাহুল বৰ্মন আৰু নাজৰুল শ্বেইখ বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক :পল্টন বজাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী