অসম

assam

ETV Bharat / jagte-raho

ৰাজ্যত বৃদ্ধি পাইছে মহিলা-যুৱতী নিৰুদ্দেশৰ ঘটনা - সন্ধানহীন

যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হ'ল তিনিচুকীয়াৰ কাকপথাৰৰ লগতে বাক্সাৰ তামোলপুৰত ৷ কাকপথাৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম শলীনা তাঁতী আৰু তামোলপুৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম নিকিতা চৰকাৰ ৷

ৰাজ্যত বৃদ্ধি পাইছে মহিলা-যুৱতী নিৰুদ্দেশৰ ঘটনা

By

Published : Sep 7, 2019, 10:04 AM IST

নিউজ ডেস্ক, 7 চেপ্তেম্বৰঃ

  • যুৱতী নিৰুদ্দেশৰ ঘটনা সংঘটিত হ'ল তিনিচুকীয়াৰ কাকপথাৰৰ লগতে বাক্সাৰ তামোলপুৰত
  • কাকপথাৰৰ ১ নং ফৰেষ্ট গেটৰ শৰৎ তাঁতীৰ কন্যা শলীনা তাঁতী যোৱা ২ চেপ্তেম্বৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছে
  • যুৱতী গৰাকীৰ সম্ভেদ পালে সদাশয় ব্যক্তিক স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে
  • ইতিমধ্যে কাকপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে
    নিৰুদ্দিষ্ট শলীনা তাঁতী
  • ইপিনে, বাক্সাৰ তামোলপুৰৰ পৰা সন্ধানহীন যুৱতীগৰাকীৰ নাম নিকিতা চৰকাৰ
  • 3 চেপ্তম্বৰৰ পৰা ছাত্ৰীগৰাকী ৰহস্যজনকভাবে নিৰুদ্দিষ্ট হৈ আছে
  • উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰী গৰাকীয়ে
  • কলেজলৈ বুলি গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন যুৱতীগৰাকী
  • পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ
    নিৰুদ্দিষ্ট নিকিতা চৰকাৰ
    ৰাজ্যত বৃদ্ধি পাইছে মহিলা-যুৱতী নিৰুদ্দেশৰ ঘটনা

ABOUT THE AUTHOR

...view details