অসম

assam

ETV Bharat / jagte-raho

আৰক্ষীৰ জালত সুখেন্দু দাসৰ হত্যাকাৰী - সুকেন্দু দাস হত্যাকাণ্ড

কাছাৰ আৰক্ষীৰ জালত পাঁচগৰাকী হত্যাকাৰী

আৰক্ষীৰ জালত সুকেন্দু দাসৰ হত্যাকাৰী

By

Published : Mar 21, 2019, 10:16 PM IST

  • কাছাৰৰ বিজেপি নেতাৰ হত্যাকাণ্ডত জড়িতক গ্ৰেপ্তাৰ
  • কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পাঁচগৰাকী অভিযুক্তক
  • ধৃতসকল ক্ৰমে, মন্টু চক্ৰৱৰ্তী, জয়মুল আলি, দাৰসিং ৰাজবংশী, মুজিবুৰ ৰহমান আৰু নিজাম উদ্দিন
  • সোধ পোচৰ বাবে পাঁচদিনৰ আৰক্ষীজিম্মাত লৈছেঅভিযুক্তকেইজনক
  • বুধবাৰে নিশা হত্যাৰ বলি হৈছিল হৰিনগৰ গাঁও পঞ্চায়তৰ সভাপতি সুখেন্দু দাস
    আৰক্ষীৰ জালত সুকেন্দু দাসৰ হত্যাকাৰী

ABOUT THE AUTHOR

...view details