অসম

assam

By

Published : Nov 1, 2020, 11:54 AM IST

ETV Bharat / jagte-raho

কোকৰাঝাৰত চুৰি বাইকসহ বাইকচোৰ আটক

কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ চাৰিখন চুৰি বাইকসহ এজন চোৰক আটক ৷

কোকৰাঝাৰত চুৰি বাইকসহ বাইকচোৰ আটক
কোকৰাঝাৰত চুৰি বাইকসহ বাইকচোৰ আটক

কোকৰাঝাৰ, 1 নৱেম্বৰ :কোকৰাঝাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ দেওবাৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে বাইক চোৰক ৷ চাৰিখন চুৰি বাইকসহ আৰক্ষীয়ে আটক কৰে এজন বাইকচোৰ ৷

ধৃত বৈছাৰু গয়াৰীৰ পৰা জব্দ হোৱা চুৰি বাইককেইখন

ধৃত চোৰ দুটাৰ পৰা এখন KTM, এখন পালচাৰ 150, আৰু দুখন 220 পালচাৰ বাইক জব্দ কৰে ৷ বিগত কিছুদিন ধৰি কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত সন্ত্ৰাস চলাই অহা বৈছাৰু গয়াৰী নামৰ চোৰটোক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক :ৰঙিয়া আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইত

ABOUT THE AUTHOR

...view details