অসম

assam

ETV Bharat / jagte-raho

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ বটদ্ৰৱাত ভণ্ড পীৰৰ বিৰুদ্ধে এজাহাৰ দাখিল - আমলখি ভেটিবাৰী এম ই মাদ্ৰাছা বিদ্যালয়

যোৱা ২৮ অক্টোবৰত ই টি ভি ভাৰতত সম্প্ৰচাৰিত হৈছিল বটদ্ৰৱাৰ আমলখি গাঁৱৰ ভণ্ড পীৰ ৰুপী এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ইছলাম ধৰ্মৰ নামত কৰা ভণ্ডামিৰ বাতৰি ৷ ইয়াৰ পিচতে বটদ্ৰৱাত ভণ্ড পীৰ ৰুপী চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে এজাহাৰ দাখিল। বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া ।

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

By

Published : Nov 2, 2019, 1:22 PM IST

বটদ্ৰৱা, 2 নৱেম্বৰঃএইজন ভণ্ড পীৰ হৈছেআমলখি ভেটিবাৰী এম ই মাদ্ৰাছা বিদ্যালয়আকাশ আলী ৷ এই বিষয় শিক্ষকজনে কিন্তু ছাত্ৰ-ছাত্ৰীক পাঠদান নিদি ব্যস্ত থাকে অশ্লীল নৃত্যত ৷ বটদ্ৰৱাৰ আমলখী গাঁৱৰ এইজন শিক্ষকৰ এনে কৰ্মকাণ্ডৰ বাতৰি এক মাত্ৰই টিভি ভাৰততসম্প্ৰচাৰিত হোৱাৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে শুকুৰবাৰে অনুষ্ঠিত হয় এখন ৰাইজ মেল । ইছলাম ধৰ্মাৱলম্বী লোকৰ ধৰ্মীয় আইন অগ্যবিদ (মুফতি)ৰ মন্তব্য যে এই ভণ্ড শিক্ষক অৰ্থাৎ পীৰ জনে ইছলাম ধৰ্মক বিপথে পৰিচালিত কৰিছে ।

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

ABOUT THE AUTHOR

...view details