গুৱাহাটী, 12 জানুৱাৰী : মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান । পাণ্ডু, মালিগাঁৱৰ বিভিন্ন এলেকাত পাণ্ডু আৱকাৰী চক্ৰই চলালে এই অভিযান । অভিযানত চাৰিটা অবৈধ চুলাইৰ বৃহৎ ঘাটি নষ্ট কৰিলে অভিযানকাৰী দলটোৱে ।
মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান - মালিগাঁৱ
মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান । পাণ্ডু, মালিগাঁৱৰ বিভিন্ন এলেকাত পাণ্ডু আৱকাৰী চক্ৰই চলালে এই অভিযান ।
![মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান anti-stove-campaign-in-various-parts-of-the-metropolis](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10220730-thumbnail-3x2-bijit.jpg)
মহানগৰীৰ বিভিন্ন স্থানত আৱকাৰী বিভাগৰ চুলাই বিৰোধী অভিযান
উল্লেখ্য যে, আৱকাৰী বিভাগৰ অভিযানৰ উমান পাই পলায়ন কৰে ব্যৱসায়ীসকল । নিয়মীয়াকৈ চুলাই মদৰ বিৰুদ্ধে এই অভিযান চলিব বুলি জানিবলৈ দিয়ে পাণ্ডু আৱকাৰী চক্ৰৰ বিষয়াই ।
লগতে পঢ়ক :24 বছৰে মাঘৰ মেজি জ্বলা নাই কেকেৰীকুছিত