অসম

assam

By

Published : Jun 8, 2019, 3:23 PM IST

ETV Bharat / jagte-raho

ড্ৰাগছৰ বাবে চুৰিকাণ্ডত লিপ্ত আমিনগাঁৱৰ যুৱক

আমিনগাঁও আৰক্ষীৰ জালত পৰে মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিবলৈ যোৱা এটা চোৰ ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ এনেদৰে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বুলি স্বীকাৰ ৰাজু দাস নামৰ চোৰটোৰ ৷

etv bharat

আমিনগাঁও, 8 মে’: ৰাজ্যত বাঢ়িছে ড্ৰাগছৰ ভয়াৱহতা ৷ ড্ৰাগছত আসক্ত হৈ দিনক দিনে বৃদ্ধি পাইছে যুৱক-যুৱতীসকলে দুষ্কৰ্মত লিপ্ত হোৱাৰ প্ৰৱণতা ৷ শেহতীয়াকৈ, আমিনগাঁও আৰক্ষীৰ জালত পৰে মন্দিৰত চুৰিকাণ্ড সংঘটিত কৰিবলৈ যোৱা এটা চোৰ ৷ ড্ৰাগছ ক্ৰয় কৰিবলৈ এনেদৰে চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা বুলি স্বীকাৰ ৰাজু দাস নামৰ চোৰটোৰ ৷

ড্ৰাগছৰ বাবে চুৰিকাণ্ড আমিনগাঁৱৰ যুৱকৰ

ABOUT THE AUTHOR

...view details