অসম

assam

ETV Bharat / jagte-raho

আদাবাৰীত জাৱৰৰ দ'মত মৃতদেহ উদ্ধাৰ - গুৱাহাটী

মহানগৰীৰ আদাবাৰী তিনিআলিত জাৱৰৰ দ'মত উদ্ধাৰ এটা মৃতদেহ ৷ এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷

আদাবাৰীত জাৱৰৰ দমত মৃতদেহ উদ্ধাৰ

By

Published : Aug 4, 2019, 12:59 PM IST

গুৱাহাটী,4আগষ্টঃ

  • মহানগৰীৰ আদাবাৰী তিনিআলিত মৃতদেহ উদ্ধাৰ
  • অঞ্চলটোৰ জাৱৰৰ দ'ম এটাত উদ্ধাৰ হয় মৃতদেহটো
  • এগৰাকী মহিলাই প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো
    আদাবাৰীত জাৱৰৰ দমত মৃতদেহ উদ্ধাৰ
  • উদ্ধাৰ হোৱা মৃতদেহটো পুৰুষৰ বুলি চিনাক্ত
  • অৱশ্যে বৰ্তমানেও পৰিচয় জানিব পৰা হোৱা নাই মৃত লোকজনৰ
  • কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে
  • ইফালে ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো
  • আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য

ABOUT THE AUTHOR

...view details