- নিলামবাজাৰত গাড়ী চোৰ আটক, জব্দ এল্ট' গাড়ী
- দীৰ্ঘদিনৰ পৰা চুৰিকাৰ্যৰে ত্ৰাসৰ সৃষ্টি কৰিছিল চোৰৰ দলটোৱে
- সোমবাৰে ৰাতি নিলামবজাৰত চুৰি কৰিবলৈ এল্ট' গাড়ী লৈ আহিছিল চোৰৰ দলে
- স্থানীয় ৰাইজে চোৰটোক আটক কৰি গটাই দিয়ে আৰক্ষীক নিজামবজাৰত গাড়ীচোৰ সহ জব্দ বাহন
নিজামবাজাৰত গাড়ীচোৰ আটকঃ বাহন জব্দ - নিজামবজাৰত গাড়ীচোৰ সহ জব্দ বাহন
দীৰ্ঘদিনৰ পৰা নিজামবাজাৰত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল চোৰৰ দলে ৷ মঙলবাৰে স্থানীয় ৰাইজে এটা দুৰ্ধৰ্ষ চোৰক আটক কৰি গটাই দিয়ে আৰক্ষীক ৷

নিজামবজাৰত গাড়ীচোৰ সহ জব্দ বাহন
Last Updated : Jun 11, 2019, 11:06 PM IST