- মঙলবাৰে নিশা কলিয়াবৰত আটক ছয় গৰু চোৰ
- সন্দেহজনক অৱস্থাত নাগশংকৰ গাঁৱৰ ৰাইজে কৰায়ত্ব কৰে চোৰ কেইটাক
- আৰক্ষী তদন্তত ৰূপহী থানাত গৰু চোৰ বুলি চিনাক্তকৰণ
- চোৰকেইটা ক্ৰমে গুলজান হুচেইন,মঃ জাহিৰুল,ৰফিকুল খান,চাহিদুল ইছলাম,ইনজামুল হক আৰু আম্ৰাদুল ইছলাম।
- চোৰ কেইটাৰ বিৰুদ্ধে ৩০১/১৯ ধাৰাৰ ভিত্তিত ৰূপহী থানাত গোচৰ ৰুজু
- ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত কলিয়াবৰত আটক ছয় গৰু চোৰ
কলিয়াবৰত আটক ছয় গৰু চোৰ - জখলাবন্ধা আৰক্ষী
জখলাবন্ধা থানাৰ অন্তৰ্গত নাগশঙ্কৰ গাঁৱত ৰখাই থোৱা আছিল AS-02BC-9898 নম্বৰৰ টাটা এচি গাড়ী ৷ জখলাবন্ধা আৰক্ষীক স্থানীয় ৰাইজে খবৰ দিয়াত গাড়ীসহ আটক কৰে ছয় সন্দেহজন লোকক
![কলিয়াবৰত আটক ছয় গৰু চোৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3225112-166-3225112-1557323016553.jpg)
কলিয়াবৰত আটক ছয় গৰু চোৰ