অসম

assam

ETV Bharat / jagte-raho

গোলাঘাট আৰক্ষীৰ আৰক্ষীৰ জালত বাইক চুৰিৰ অভিযুক্ত - BIKE THIEF ARRESTED

গোলাঘাটত চাৰি গাড়ী চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট আৰক্ষীয়ে। জাতীয় সংগঠনৰ সদস্যসহ গাড়ী চুৰিত অভিযুক্ত চাৰিজনক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

golaghat

By

Published : May 17, 2019, 7:10 PM IST

Updated : May 17, 2019, 8:02 PM IST

  • গোলাঘাটত আৰক্ষীৰ জালত চাৰি বাইক চুৰিৰ অভিযুক্ত
  • এজন জাতীয় সংগঠনৰ নেতা বাইক চুৰিৰ লগত জড়িত থকাৰ অভিযোগ আৰক্ষীৰ
  • আৰক্ষীৰ জালত অসম সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ দীপমণি গগৈ
  • দীপমণি গগৈৰ গৃহৰ পৰা এখন চুৰি স্কুটি উদ্ধাৰ
    গোলাঘাট আৰক্ষীৰ আৰক্ষীৰ জালত বাইক চুৰিৰ অভিযুক্ত
  • লগতে প্ৰেপ্তাৰ যোৰহাটৰ দীপক শইকীয়া আৰু উদয় শইকীয়াৰ লগতে গোলাঘাট হালিকীহাটৰ জয়ন্ত বৰা
  • গোলাঘাট জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত বাইক চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰি অহাৰ অভিযোগ আৰক্ষীৰ
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা
Last Updated : May 17, 2019, 8:02 PM IST

ABOUT THE AUTHOR

...view details