নিউজ ডেস্ক, ১০ জুনঃ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পঞ্চমবাৰলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰূপে অধিস্থিত হোৱা বেঞ্জামিন নেতান্যাহুক অভিনন্দন জ্ঞাপন কৰে ।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ - জৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু
পঞ্চমবাৰলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত বেঞ্জামিন নেতান্যাহুক অভিনন্দন জ্ঞাপন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েে ।
![ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক অভিনন্দন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ Prime Minister Narendra Modi on Wednesday congratulated his Israeli counterpart Benjamin Netanyahu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7564219-1036-7564219-1591807225284.jpg)
Prime Minister Narendra Modi on Wednesday congratulated his Israeli counterpart Benjamin Netanyahu
দুয়োগৰাকী নেতাই COVID-19 ৰ ক্ষেত্ৰত ভাৰত আৰু ইজৰাইলে কেনেধৰণে সহযোগিতা আগবঢ়াব, য়েই বিষয়ক লৈয়ো এক আলোচনা কৰে ।
মোডীয় এক টুইটযোগে প্ৰকাশ কৰে যে, "ভাৰত-ইজৰাইলে কেনেদৰে COVID-19 ৰ ক্ষেত্ৰত সহযোগিতা কৰিব সেই সন্দৰ্ভত মই মোৰ মিত্ৰ @নেতান্যাহুৰ সৈতে এক উৎকৃষ্ট আলোচনা কৰিছো ।" ইয়াৰোপৰি মোডীয় কয় যে, অনাগত দিনবোৰত ভাৰত-ইজৰাইলৰ বন্ধুত্ব আৰু অধিক মজবুত হ'ব ।