ইন্টাৰনেশ্যনেল ডেস্ক, 25 আগষ্টঃ শনিবাৰে বাহৰেইনত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বাহৰেইন ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু বাহৰেইনৰ মাজত দ্বিপাক্ষীক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
বাহৰেইন আৰু ভাৰতৰ মাজত 3খন বুজাবুজি চুক্তি স্বাক্ষৰ
বাহৰেইন ভ্ৰমণৰ সময়চোৱাত ভাৰত আৰু বাহৰেইনৰ মাজত দ্বিপাক্ষীক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
বাহৰেইন আৰু ভাৰতৰ মাজত 3খন বুজাবুজি চুক্তি স্বাক্ষৰ
প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত কলা-কৃষ্টি, মহাকাশ বিজ্ঞান, ISA আৰু RuPay কাৰ্ড সম্বন্ধীয় কেইবাখনো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷
উল্লেখযোগ্য যে, বাহৰেইনত প্ৰধানমন্ত্ৰীগৰাকীক The King Hamad Order of the Renaissance সন্মান প্ৰদান কৰা হয় ৷ ভাৰত স্বাধীন হোৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাহৰেইন ভ্ৰমণলৈ যোৱা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী ৷