চিলি, 19 জানুৱাৰী :সোমবাৰে উত্তৰ-পশ্চিম আৰ্জেনটিনা আৰু চিলি সীমান্তত ভূইকঁপে জোকাৰি থৈ যায় ৷ দুয়োখন দেশৰ মাজত হোৱা এই বৰ ভূইকঁপত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ উমান পোৱা নাই ৷
বৰ ভূইকঁপে জোকাৰি গ'ল আৰ্জেন্টিনা আৰু ইয়াৰ পাৰ্শ্বৱতী অঞ্চল - উত্তৰ-পশ্চিম আৰ্জেনটিনা
উত্তৰ-পশ্চিম আৰ্জেনটিনা আৰু চিলি সীমান্তত বৰ ভূইকঁপৰ জোকাৰণি ৷ প্ৰায় 6.4 ৰিখটাৰ স্কেলত হোৱা এই ভূমিকম্পত কোনো ক্ষয়-ক্ষতিৰ উমান পোৱা নাই ৷
বৰ ভূইকঁপে জোকাৰি গ'ল আৰ্জেন্টিনা আৰু ইয়াৰ পাৰ্শ্বৱতী অঞ্চল
মাৰ্কিন ভৌগলিক জৰীপ অনুসৰি এই ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল প্ৰায় 6.4 আৰু ইয়াৰ মূল অভিকেন্দ্ৰ আছিল দক্ষিণ-পশ্চিম পাৰচিট'ৰ পৰা 27.6 কি.মি. নিলগত ৷
লগতে পঢ়ক :অসম বিধানসভাৰ 13 শতাংশ বিধায়কৰ আছে অপৰাধজনিত গোচৰ