অসম

assam

ETV Bharat / international

পশ্চিম ছিৰিয়াত বিমান আক্ৰমণ - বিমান আক্ৰমণ

ছিৰিয়াৰ এটা বিদ্ৰোহী প্ৰশিক্ষণ শিবিৰত সংঘটিত বিমান আক্ৰমণত, 50 জনতকৈয়ো অধিক তুৰস্ক সমৰ্থিত সেনানীয়ে মৃত্য়ুক সাৱটি লয় ৷

পশ্চিম ছিৰিয়াত বিমান আক্ৰমণ
পশ্চিম ছিৰিয়াত বিমান আক্ৰমণ

By

Published : Oct 27, 2020, 10:58 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 অক্টোবৰ:সোমবাৰে পশ্চিম ছিৰিয়াৰ এটা বিদ্ৰোহী প্ৰশিক্ষণ শিবিৰত সংঘটিত বিমান আক্ৰমণত, 50 জনতকৈয়ো অধিক তুৰস্ক সমৰ্থিত সেনানীয়ে মৃত্য়ুক সাৱটি লোৱাৰ লগতে বহু কেইগৰাকী গুৰুতৰভাৱে আহত হয় ৷ এগৰাকী মুখপাত্ৰৰ লগতে ৱাৰ মনিটৰ এগৰাকীয়ে উল্লেখ কৰে বিষয়ে ৷

বিপক্ষৰ লোকে ফাইলাক আল-শ্বামৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে, সমগ্ৰ ঘটনাৰ বাবে ৰাছিয়াক দোষাৰূপ কৰি৷ অৱশ্যে ৰাছিয়া বা তুৰস্কৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য পোৱা নাই ৷ ছিৰিয়াৰ সংঘৰ্ষত বিপৰীত পক্ষই সমৰ্থন কৰে, কিয়নো বিপ্লৱী এনক্লেভত যুদ্ধ বিৰতি অব্যাহত ৰখাৰ বাবে তেওঁলোকে একেলগে কাম কৰিছে ৷

লগতে পঢ়ক:টাইৱানত অস্ত্ৰ বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকাক বাধা চীনৰ

ABOUT THE AUTHOR

...view details