অসম

assam

ETV Bharat / international

NHS কৰ্মীক ধন্যবাদ জ্ঞাপন ব্ৰিটেইনৰ প্ৰিন্স উইলিয়াম আৰু তেখেতৰ পৰিয়ালৰ - ব্ৰিটেইন

মহামাৰী COVID-19ৰ সেৱাৰ বাবে নিয়োজিত হৈ থকা এনএইছএছ কৰ্মীসকলক ধন্যবাদ জনাই হাত চাপৰি বজাই ব্ৰিটেইনৰ প্ৰিন্স উইলিয়াম আৰু তেখেতৰ পৰিয়ালে ।

COVID-19
NHS কৰ্মীক ধন্যবাদ জ্ঞাপন ব্ৰিটেইনৰ প্ৰীন্স বিলিয়ম আৰু তেখেতৰ পৰিয়ালৰ

By

Published : Apr 25, 2020, 12:25 AM IST

নিউজ ডেস্ক, ২৪ আগষ্টঃ বিগত তিনি সপ্তাহ ধৰি মহামাৰী COVID-19 সেৱাৰ বাবে নিয়োজিত হৈ থকা এনএইছএছ কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰি আহিছে ব্ৰিটেইনৰ প্ৰীন্স উইলিয়াম, তেখেতৰ পত্নী কেট মিডলটন আৰু তেখেতৰ তিনি শিশুৱে ।

NHS কৰ্মীক ধন্যবাদ জ্ঞাপন ব্ৰিটেইনৰ প্ৰীন্স বিলিয়ম আৰু তেখেতৰ পৰিয়ালৰ

বৃহস্পতিবাৰে এনএইছএছ কৰ্মীসকলৰ প্ৰসংশা আৰু মহামাৰীৰ সৈতে যুঁজ দি থকা সকলৰ বাবে ধৰ্মীয় প্ৰাৰ্থনা ঘৰত উপস্থিত হয় । ইয়াৰ উপৰিও বৃহস্পতিবাৰে প্ৰিন্স উইলিয়াম ৮ বজাৰ পূৰ্বে স্টীফন ফ্ৰাইৰ সৈতে এটা স্কিটত উপস্থিত হয় ।

ABOUT THE AUTHOR

...view details