অসম

assam

By

Published : Jul 2, 2020, 12:54 AM IST

ETV Bharat / international

ইটালী আৰক্ষীয়ে জব্দ কৰে ১৪ টন এম্ফেটামিন

বুধবাৰে ইটালীয়ান আৰক্ষীয়ে এক অভিযানত Islamic State groupৰ দ্বাৰা চিৰিয়াত উৎপাদিত ১৪ টন এম্ফেটামিন, ড্ৰাগছৰ বজাৰত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে জব্দ জব্দ কৰে ।

Italy seizes 14 tons of amphetamines
Italy seizes 14 tons of amphetamines

নিউজ ডেস্ক, ১ জুলাইঃ যুৱ প্ৰজন্মৰ মাজত সঘনাই দেখিবলৈ পোৱা যায় নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি । এই আসক্তিয়ে জীৱনলৈয়ো শংকা কঢ়িয়াই আনিছে বহু যুৱ-প্ৰজন্মৰ ।

ইটালী আৰক্ষীয়ে জব্দ কৰে ১৪ টন এম্ফেটামিন

বিশ্বৰ প্ৰান্তে প্ৰান্তে নিচাজাতীয় সামগ্ৰী প্ৰয়েই সৰবৰাহ হৈ থকা ঘটনা সকলোৰে সকলোৰেই জ্ঞাত । তাৰ মাজতে বুধবাৰে ইটালীয়ান আৰক্ষীয়ে এক অভিযানত জব্দ কৰে ১৪ টন নিচাজাতীয় দ্ৰব্য ।

ইটালী আৰক্ষীয়ে জব্দ কৰে ১৪ টন এম্ফেটামিন

Islamic State groupৰ দ্বাৰা চিৰিয়াত উৎপাদিত এম্ফেটামিনখিনি ইউৰোপৰ অবৈধ ড্ৰাগছৰ বজাৰত বিক্ৰী কৰিবলৈ নিয়াৰ সময়তে ইটালীৰ আৰক্ষীয়ে জব্দ কৰে ।

ABOUT THE AUTHOR

...view details