অসম

assam

ETV Bharat / international

ৰাছিয়াত 29 গৰাকী যাত্ৰীসহ বিমান সন্ধানহীন - ৰাছিয়াত বিমান সন্ধানহীন

29 গৰাকী যাত্ৰীসহ ৰাছিয়াত সন্ধানহীন হ’ল বিমান ৷

Russian aircraft with 29 people onboard goes missing
ৰাছিয়াত 29 গৰাকী যাত্ৰীসহ বিমান সন্ধানহীন

By

Published : Jul 6, 2021, 12:55 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 জুলাই : ৰাছিয়াত 29 গৰাকী যাত্ৰী আৰু 6 গৰাকী ক্ৰু মেম্বাৰসহ সন্ধানহীন বিমান ৷ 5 জুলাইৰ আবেলি ৰাছিয়াৰ জৰুৰীকালীন মন্ত্ৰণালয়ৰ মুখ্য অধিদপ্তৰে An-26 aircraft খনেৰে সংযোগ বিভিন্ন হোৱাৰ খবৰ লাভ কৰে ৷

বিমানখন পেট্ৰ’পাভলোভলস্ক-কামছাটস্কীৰ পৰা পালানালৈ উৰা মাৰিছিল ৷

লগতে পঢ়ক-ফিলিপাইনত বায়ু সেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details