অসম

assam

ETV Bharat / international

উৰাজাহাজতে সন্মানিত অভিনন্দনৰ পিতৃ-মাতৃ

যাত্ৰীয়ে বহাৰ পৰা উঠি সম্ভাষণ জনাই বিমানৰ পৰা প্ৰথমতে নামিবলৈ দিয়ে অভিনন্দনৰ পিতৃ-মাতৃক

অভিনন্দনৰ পিতৃ-মাতৃ

By

Published : Mar 1, 2019, 11:54 PM IST

নিউজডেস্ক,১মাৰ্চ: চেন্নাইৰ পৰা দিল্লীমুখী এখন বিমানত ব্যতিক্ৰমী দৃশ্য । বিমানখনত যাত্ৰী হিচাপে আছিল উইং কামাণ্ডাৰ অভিনন্দনৰ পিতৃ-মাতৃ ।

উৰাজাহাজতে সন্মানিত অভিনন্দনৰ পিতৃ-মাতৃ
চেন্নাইৰ পৰা দিল্লী অভিমুখে যোৱা এই বিমানখনৰ যাত্ৰীসকলে বিমানখন অৱতৰণৰ পাচত ভাৰতীয় বায়ুসেনাৰ হিৰ' কামাণ্ডাৰজনৰ পিতৃ-মাতৃক সম্ভাষণ জনায় । বিমানখনৰ সকলো যাত্ৰীয়েই নিজৰ স্থানৰ পৰা উঠি তেওঁলোকক প্ৰথমে বিমানৰ পৰা নামিবলৈ দি সন্মান প্ৰদৰ্শন কৰে ।

উল্লেখ্য যে বায়ুসেনাৰ জোৱানজনক পাক সেনাই প্ৰত্যৰ্পণৰ ঘোষণাৰ পাচতে অভিনন্দনক স্বাগতম জনাবলৈ তেওঁৰ পিতৃ-মাতৃয়ে বিমানযোগে দিল্লীলৈ উৰা মাৰে।

ABOUT THE AUTHOR

...view details