নিউজ ডেস্ক, 11 নৱেম্বৰঃ পাকিস্তানৰ এজন চৰকাৰী কৰ্মচাৰী ওপৰত নিৰ্যাতনৰ অভিযোগ তুলিছে পাকিস্তানৰ অধিকাৰ কৰ্মী মাৰিয়া ইকবাল তাৰানায় ৷ আম তালেম নামৰ এটা শিক্ষা ক্ষেত্ৰৰ লগত জড়িত সংগঠনৰ প্ৰতিস্থাপকৰ ওপৰত উত্থাপন কৰে এই অভিযোগ ৷ অভিযোগ তুলে পাকিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত ৷
পাকিস্তানৰ চৰকাৰী কৰ্মচাৰী বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ - পাকিস্তান অকুপাইড কাশ্মীৰ
পাকিস্তাৰ চৰকাৰী কৰ্মচাৰী ওপৰত যৌন নিৰ্যাতন অভিযোগ ৷ এগৰাকী মাতৃ আৰু কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল চৰকাৰী বিষয়াজনে ৷
![পাকিস্তানৰ চৰকাৰী কৰ্মচাৰী বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ Pakistan rights activist claims harassment at President House](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9507056-959-9507056-1605062400430.jpg)
পাকিস্তানৰ এগৰাকী চৰকাৰী কৰ্মচাৰী ওপৰত নিৰ্যাতনৰ অভিযোগ মাৰিয়া ইকবাল তাৰানাৰ
তাৰানাৰ অভিযোগ অনুসৰি,এগৰাকী মাতৃ আৰু কন্যাৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল চৰকাৰী বিষয়াজনে ৷ এই ক্ষেত্ৰত তেওঁ ধাৰাবাহিকভাৱে টুইটও কৰিছিল ৷ উল্লেখ্য যে, তাৰানা এগৰাকী মহিলা অধিকাৰ কৰ্মীৰ লগতে পাকিস্তান অকুপাইড কাশ্মীৰ সংখ্যালঘুৰ হৈ কাম কৰি আহিছে তাৰানায় ৷
লগতে পঢ়কঃ দীপাৱলী উপলক্ষে ডিব্ৰুগড়ত বৃদ্ধি পাইছে মাটিৰ চাকিৰ চাহিদা