অসম

assam

ETV Bharat / international

বিশ্বৰ মাত্ৰ ৬ খন দেশেহে কৰ্মৰ ক্ষেত্ৰত সমমৰ্যাদা প্ৰদান কৰে পুৰুষ মহিলাক: বিশ্ব বেঙ্ক - world bank

বিশ্ব বেঙ্কৰ এক সমীক্ষা অনুসৰি বেলজিয়াম, ডেনমাৰ্ক, ফ্ৰাঞ্চ, লাটভিয়া, লাক্সমবাৰ্গ আৰু স্বিডেনেহে কৰ্মৰ ক্ষেত্ৰত সম অধিকাৰ প্ৰাদন কৰে পুৰুষ আৰু মহিলাক

পৃথিৱীত মাত্ৰ ৬ খন দেশেহে পুৰুষ মহিলাক সমান কৰ্ম অধিকাৰ প্ৰদান কৰে : বিশ্ব বেঙ্ক

By

Published : Mar 4, 2019, 11:38 AM IST

নিউজ ডেস্ক, ৪ মাৰ্চ: বিশ্ব বেঙ্কৰ এক ৰিপৰ্ট অনুসৰি বেলজিয়াম, ডেনমাৰ্ক, ফ্ৰাঞ্চ, লাটভিয়া, লাক্সমবাৰ্গ আৰু স্বিডেনেহে পুৰুষ মহিলাক সমান কৰ্ম অধিকাৰ প্ৰদান কৰে । যদিও পুৰুষ মহিলাৰ সম অধিকাৰৰ কথা কোৱা যায় বিশ্ব বেঙ্কৰ এক অনুসন্ধানত উলিওৱা জৰিপত ১৮৭ খন দেশৰ ভিতৰত লিঙ্গ বৈষম্য মাত্ৰ ৬খন দেশতহে নোহোৱা দেখা গৈছে ।

ABOUT THE AUTHOR

...view details