অসম

assam

ETV Bharat / international

BRICS ৰ ৰাষ্টীয় সুৰক্ষা উপদেষ্টাৰ ভাৰ্চুৱেল বৈঠক - BRICS ৰ বৰ্তমানৰ মুখ্য দায়িত্বত থকা ৰাষ্ট্ৰ ৰাছিয়াৰ আয়োজন বৈঠকৰ

BRICS ৰাষ্ট্ৰসমূহৰ ৰাষ্টীয় সুৰক্ষা উপদেষ্টাৰ (NSAs) বৃহস্পতিবাৰে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় ৷ BRICS ৰ বৰ্তমানৰ মুখ্য দায়িত্বত থকা ৰাষ্ট্ৰ ৰাছিয়াই এই বৈঠকৰ আয়োজন কৰে ৷

ভাৰতীয় NSA অজিত ডোভাল
BRICS ৰ ৰাষ্টীয় সুৰক্ষা উপদেষ্টাৰ ভাৰ্চুৱেল বৈঠক

By

Published : Sep 17, 2020, 8:21 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : BRICS ৰাষ্ট্ৰসমূহৰ ৰাষ্টীয় সুৰক্ষা উপদেষ্টাৰ (NSAs) বৃহস্পতিবাৰে এক ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয় ৷ BRICS ৰ বৰ্তমানৰ মুখ্য দায়িত্বত থকা ৰাষ্ট্ৰ ৰাছিয়াই এই বৈঠকৰ আয়োজন কৰে ৷ COVID-19 মহামাৰীৰ বাবে ভাৰ্চুৱেল মাধ্যমেৰে বৈঠকখনৰ আয়োজন কৰা হয় ৷

ভাৰতীয় NSA অজিত ডোভালে মঙলবাৰে Shanghai Cooperation Organisation (SCO) ৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা উপদেষ্টাসকলৰ ভাৰ্চুৱেল বৈঠক ত্যাগ কৰিছিল ৷ পাকিস্তানী প্ৰতিনিধিয়ে দুয়ো দেশৰ সীমান্তৰ কাল্পনিক মেপ প্ৰদৰ্শন কৰা বাবে খৰ্গহস্ত হৈ বৈঠক আধাতে ত্যাগ কৰিছিল অজিত ডোভালে ৷

বৈদেশিক মন্ত্ৰণালয়ে কয় যে, আয়োজক ৰাছিয়াৰ নিৰ্দেশনাৰ ভয়ংকৰ অৱমাননা কৰিছে পাকিস্তানে ৷

লগতে পঢ়ক :যঁতৰৰ বাবে ব্ৰিটিছে ভাৰত এৰি যাবলৈ বাধ্য হৈছিল নেকি : বিজেপি

ABOUT THE AUTHOR

...view details