অসম

assam

ETV Bharat / international

ভাৰত আৰু ম্যানমাৰৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ সিদ্ধান্ত গ্ৰহণ - ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলে

ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ প্ৰতিনিধিত্বত আৰু ম্যানমাৰৰ স্থায়ী সচিব য়ু শ্বু হানৰ প্ৰতিনিধিত্বত ভাৰত আৰু ম্যানমাৰৰ মাজত অষ্টাদশ বৈদেশিক মন্ত্ৰালয়ৰ এক আলোচনা হয় ৷

ভাৰত আৰু ম্যানমাৰৰ মাজত অষ্টাদশ বৈদেশিক মন্ত্ৰালয়ৰ আলোচনা
ভাৰত আৰু ম্যানমাৰৰ মাজত অষ্টাদশ বৈদেশিক মন্ত্ৰালয়ৰ আলোচনা

By

Published : Dec 7, 2019, 11:29 AM IST

Updated : Dec 7, 2019, 12:15 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ:শুকুৰবাৰে ভাৰত আৰু ম্যানমাৰে দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক আৰু সীমান্তৱৰ্তী সহযোগৰ ক্ষেত্ৰত দ্বিপাক্ষিক সমন্বয়ৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ প্ৰতিনিধিত্বত আৰু ম্যানমাৰৰ স্থায়ী সচিব য়ু শ্বু হানৰ প্ৰতিনিধিত্বত ভাৰত আৰু ম্যানমাৰৰ মাজত অষ্টাদশ বৈদেশিক মন্ত্ৰালয়ৰ এক আলোচনা হয় ৷

দুয়ো পক্ষৰ মাজত দ্বিপাক্ষিক সমন্বয়ৰ বিষয়ে,ভাৰত আৰু ম্যানমাৰৰ বৰ্তমানৰ পৰিযোজনা,দ্বিপাক্ষিক বাণিজ্যিক সম্পৰ্ক, সীমান্তৱৰ্তী সহযোগ আৰু দ্বিপাক্ষিক সমন্বয়ৰ কাৰ্যকলাপত ক্ষীপ্ৰতা আনিব পৰা আদিৰ বিষয়ে এক সমীক্ষা চলায় ৷

লগতে পঢ়ক :যুদ্ধক্ষেত্ৰত অদৃশ্য শত্ৰু

Last Updated : Dec 7, 2019, 12:15 PM IST

ABOUT THE AUTHOR

...view details