ইন্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰঃ শনিবাৰে পাকিস্তানত থকা সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ তেখেতে নিজৰ টুইটত কয় যে, "সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷"
পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ - পাকিস্তানী হিন্দুসকলৰ দিপাৱলী উদযাপন
শনিবাৰে পাকিস্তানত থকা সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ তেখেতে নিজৰ টুইটত কয় যে, "সকলো হিন্দু ধৰ্মাৱলম্বী লোকলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷"
পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ
ক’ভিড 19 মহামাৰীৰ মাজতো পাকিস্তানী হিন্দুসকলে উৎসাহ আৰু উদ্দীপনাৰে দেশজুৰি দিপাৱলী উদযাপন কৰিছে ৷ কৰাছীৰ উপৰিও লাহোৰ, মতিয়াৰী, তণ্ডো আল্লাহ্যাৰ, তণ্ডো মুহম্মদ খান, জমশোৰো বাদিন, সাংঘাৰ, হালা, তণ্ডো আদাম আৰু শ্বাহদাদপুৰতো জাক জমকতাৰে উদযাপন কৰা হয় হ’ব দিপাৱলী ৷
লগতে পঢ়ক-শীতৰ সময়ত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ