অসম

assam

By

Published : Nov 14, 2020, 4:51 PM IST

ETV Bharat / international

পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

শনিবাৰে পাকিস্তানত থকা সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ তেখেতে নিজৰ টুইটত কয় যে, "সকলো হিন্দু ধৰ্মাৱলম্বী লোকলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷"

Imran extends Diwali greetings to Pakistani Hindus
পাকিস্তানী হিন্দুলৈ দিপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 14 নৱেম্বৰঃ শনিবাৰে পাকিস্তানত থকা সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ তেখেতে নিজৰ টুইটত কয় যে, "সকলো হিন্দু ধৰ্মাৱলম্বীৰ লোকলৈ দিপাৱলীৰ আন্তৰিক শুভেচ্ছা ৷"

ক’ভিড 19 মহামাৰীৰ মাজতো পাকিস্তানী হিন্দুসকলে উৎসাহ আৰু উদ্দীপনাৰে দেশজুৰি দিপাৱলী উদযাপন কৰিছে ৷ কৰাছীৰ উপৰিও লাহোৰ, মতিয়াৰী, তণ্ডো আল্লাহ্যাৰ, তণ্ডো মুহম্মদ খান, জমশোৰো বাদিন, সাংঘাৰ, হালা, তণ্ডো আদাম আৰু শ্বাহদাদপুৰতো জাক জমকতাৰে উদযাপন কৰা হয় হ’ব দিপাৱলী ৷

লগতে পঢ়ক-শীতৰ সময়ত বন্ধ থাকিব গংগোত্ৰীৰ দুৱাৰ

ABOUT THE AUTHOR

...view details