ইণ্টাৰনেশ্যনেল ডেস্ক, 23 অক্টোবৰ:সমগ্ৰ বিশ্বতে 4,19,94,442 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ আনহাতে 11,42,744 গৰাকীতকীলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা ৷ বৰ্তমানলৈ বিশ্বত 3,11,87,231 গৰাকীতকৈয়ো অধিক লোকে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷
বিশ্বৰ ভিতৰতে কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ সংখ্যা আটাইতকৈ অধিক পোৱা দেশ হ'ল আমেৰিকা ৷ আমেৰিকাত 86,61,651 গৰাকীতকৈয়ো অধিক লোকলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ আনাহাতে দেশখনত মৃতকৰ সংখ্যা 1,17,336 গৰাকীলৈ বৃদ্ধি পালে ৷
কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে ভাৰত ৷ ভাৰতত 23 অক্টোবৰলৈ 77,61,312 গৰাকী লোকলৈ কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা বৃদ্ধি পালে 1,17,336 গৰাকীলৈ ৷