অসম

assam

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

By

Published : Sep 24, 2020, 3:53 PM IST

বিশ্বজুৰি দহ লাখ হোৱাৰ দিশে অগ্ৰসৰ গৈছে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ বৃহস্পতিবাৰলৈ পোৱা তথ্য অনুসৰি বিশ্বত 3,21,02,702 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণাৰ সংক্ৰমণ ৷

বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 ছেপ্তেম্বৰ:সমগ্ৰ বিশ্বতে 3,21,02,702 গৰাকী লোকলৈ বৃদ্ধি পালে কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণ ৷ ইয়াৰ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বজুৰি বৃদ্ধি পালে9,82,030 গৰাকীলৈ ৷ অৱশ্যে বৰ্তমানলৈ2,36,85,154 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷

COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য

বৃহস্পতিবাৰে চীনে দেশখনত নতুনকৈ 7 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰে ৷ আক্ৰান্ত আটাইকেইগৰাকী লোক আন্তঃৰাষ্ট্ৰীয় যাত্ৰী ৷ পোনপ্ৰথমবাৰৰ বাবে দেশখনৰ ৱুহান চহৰত এই মহামাৰীৰ সুত্ৰপাত হোৱাৰে পৰা বৰ্তমানলৈ দেশখনত মুঠ আক্ৰান্তৰ সংখ্যা পোৱা গৈছে 85,314 গৰাকী ৷

লগতে পঢ়ক:মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ

ABOUT THE AUTHOR

...view details