নিউজ ডেস্ক, 15 ছেপ্তেম্বৰ: কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে 29,445,688 গৰাকীতকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰে ৷ ইয়াৰ বিপৰীতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বিশ্বত 932,744 গৰাকী লোকলৈ বৃদ্ধি পায় ৷
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য - COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
সমগ্ৰ বিশ্বতে 29,445,688 গৰাকীতকৈয়ো অধিক লোকলৈ অতিক্ৰম কৰিলে কৰ'ণা ভাইৰাছ মহামাৰীৰ সংক্ৰমণে ৷ এই মহামাৰী আটাইতকৈ অধিক সংক্ৰমিত হোৱা দেশসমূহৰ ভিতৰত শীৰ্ষত আমেৰিকা থকাৰ বিপৰীতে, দ্বিতীয় স্থানত আছে ভাৰত ৷
![COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8806572-thumbnail-3x2-jkhjh.jpg)
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া তথ্য
পৃথিৱীৰ ভিতৰতে এই মহামাৰীত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আটাইতকৈ অধিক পোৱা গৈছে আমেৰিকাত ৷ আমেৰিকাত 15 ছেপ্তেম্বৰ পৰ্যন্ত আক্ৰান্ত লোকৰ সংখ্যা 6,749,289 গৰাকীতকৈয়ো অধিকলৈ বৃদ্ধি পাইছে ৷ আনহাতে সৰ্বাধিক আক্ৰান্ত দেশসমূহৰ ভিতৰত ভাৰত সম্প্ৰতি দ্বিতীয় স্থানত আছে ৷ ভাৰতত আক্ৰান্তৰ সংখ্যাই 4,930,236 গৰাকীলৈ অতিক্ৰম কৰিলে ৷
লগতে পঢ়ক :ক'ভিড-19ৰ আৰোগ্যৰ ক্ষেত্ৰত শীৰ্ষত ভাৰত