ইন্টাৰনেশ্যনেল ডেস্ক, 2 মে': কৰ'ণা মহামাৰী 34,01,189তকৈয়ো অধিক লোকলৈ সংক্ৰমণ হৈছে আৰু সমগ্ৰ বিশ্বতে এই মহামাৰীৰ ফলত মৃত্যুক সাৱটি লৈছে 2,39,604তকৈয়ো অধিক লোকে । লগতে বৰ্তমানলৈ 10,81,639তকৈয়ো অধিক লোক সুস্থও হৈছে ।
বিশ্বজুৰি COVID-19ৰ শেহতীয়া তথ্য
বিশ্বজুৰি নিতে বৃদ্ধি হৈ আছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । বৰ্তমানলৈ এই মহামাৰীত আক্ৰান্ত হৈ 2,39,604তকৈয়ো অধিক লোকে মৃত্যুক সাৱটি লৈছে ।
Global COVID-19 tracker
কৰ'ণা ভাইৰাছ অধিকাংশ লোকৰ ক্ষেত্ৰত আংশিকভাৱে প্ৰভাৱ পেলায় যদিও, বয়সস্থ লোক বা শৰীৰিক সমস্যা থকা লোকৰ ক্ষেত্ৰত গম্ভীৰ প্ৰভাৱ পেলাব পাৰে ।
লগতে পঢ়কঃCOVID-19ৰ প্ৰযুক্তি বিকাশত WHO আৰু গোলকীয় অংশীদাৰৰ যোগদান