নিউজ ডেস্ক, ১ এপ্ৰিলঃ পাকিস্তানৰ সিন্ধত ৰেচনকলৈ অভিযোগ উত্থাপন হিন্দু আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোকৰ । চৰকাৰে যোগান ধৰা ৰেচন পৰা হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোকসলক বঞ্চিত বুলি মন্তব্য কৰে সিন্ধত থকা স্থানীয় হিন্দু তথা খ্ৰীষ্টান লোকসকলে ।
পাকিস্তানৰ সিন্ধত ৰেচনৰ পৰা বঞ্চিত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক - pakistan
পাকিস্তানৰ সিন্ধত বিনামূলীয়া ৰেচনৰ পৰা বঞ্চিতৰ অভিযোগ হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক । বিগত এসপ্তাহ ধৰি খাদ্য সংকটত পৰিছে দুয়োটা ধৰ্মৰ স্থানীয় লোক সকল ।
পাস্কিস্তানৰ সিন্ধত ৰেচনৰ পৰা বঞ্চিত হিন্দু আৰু খ্ৰীষ্টান ধৰ্মালম্বী লোক
উল্লেখ্য যে, বিশ্বজুৰি কৰ'ণা ভাইৰছৰ প্ৰতিৰোধ তথা সজাগতাৰ বাবে চলা লক ডাউনৰ সময়ছোৱাত চৰকাৰ ফালৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলক প্ৰদান কৰা হৈছে সাহায্য ।
কিন্তু পাকিস্তানৰ সিন্ধত থকা হিন্দু আৰু খ্ৰীষ্টান ধৰ্মৰ লোক সকলক চৰকাৰ তৰফৰ পৰা প্ৰদান কৰা বিনামূলীয়া ৰেচন বিগত এসপ্তাহ পৰা লাভ কৰা নাই বুলি মন্তব্য কৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে । যাৰ পৰিপ্ৰেক্ষিতত খাদ্য সংকটৰ সন্মুখীন হৈছে হিন্দু তথা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল ।