অসম

assam

ETV Bharat / international

চীনৰ জাতীয় সুৰক্ষা আইনক 'এভিল' আখ্যা দিলে হংকঙৰ আইনজ্ঞই - Claudia Mo

চীনৰ অৰ্ধ স্বায়ত্ব শাসিত চহৰসমূহৰ বাবে নতুনকৈ তৈয়াৰ কৰা জাতীয় সুৰক্ষা আইনখনৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে হংকংৰ গনতন্ত্ৰপন্থী আইনজ্ঞ সকল । গনতন্ত্ৰৰ সমৰ্থন কৰি ক্লাউদিয়া ম' নামৰ আইনজ্ঞ গৰাকীয়ে এই নতুন জাতীয় সুৰক্ষা আইনখনক দিলে 'এভিল' আখ্যা ।

China's national security law 'evil': HK lawmaker
চীনৰ জাতীয় সুৰক্ষা আইনক 'এভিল' আখ্যা দিলে হংকংৰ আইনজ্ঞই

By

Published : Jul 2, 2020, 5:44 PM IST

নিউজ ডেস্ক,২জুলাই: চীনৰ অৰ্ধ স্বায়ত্ব শাসিত চহৰসমূহৰ বাবে নতুনকৈ তৈয়াৰ কৰা জাতীয় সুৰক্ষা আইনখনৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে হংকংৰ গনতন্ত্ৰপন্থী আইনজ্ঞ সকল । গনতন্ত্ৰৰ সমৰ্থন কৰি ক্লাউদিয়া ম' নামৰ আইনজ্ঞ গৰাকীয়ে এই জাতীয় সুৰক্ষা আইনখনক দিলে 'এভিল' আখ্যা ।

কোনো এক দুৰ্গম স্থানত হংকংৰ শিক্ষক সংঘৰ উদ্যোগত আয়োজিত এখন সভাত এই আইনখনক সমালোচনা কৰাৰ লগতে গনতন্ত্ৰপন্থী আইনজ্ঞ গৰাকীয়ে হংকংৰ জনতাৰ স্বাধীনতাৰ প্ৰসংগতো চিন্তা ব্যক্ত কৰিলে ।

চীনৰ জাতীয় সুৰক্ষা আইনক 'এভিল' আখ্যা দিলে হংকংৰ আইনজ্ঞই

চীনৰ জাতীয় সুৰক্ষা আইনখনৰ মতে, যদিহে কোনো বিচ্চিন্নতাবাদী চিন্তা, উগ্ৰবাদী চিন্তা অথবা সন্ত্ৰাসবজনিত কাম কাজৰ লগতে কোনো বিদেশী শক্তিৰ লগত জড়িত থকাৰ প্ৰমাণ পালে তেওঁৰ আজীৱন কাৰাদণ্ডৰ সন্মুখীন হব লাগিব ।

ABOUT THE AUTHOR

...view details