অসম

assam

By

Published : Jul 13, 2020, 5:42 PM IST

ETV Bharat / international

চীনৰ প্ৰলয়ংকৰী বানঃ ১৪১ জনতকৈ অধিক লোক নিহত

৫০বছৰৰ ভিতৰত চীনত সৰ্বোচ্চ হাৰত প্ৰৱল বৃষ্টিপাত । য়াংক্টজে নদীৰ উপত্যকা অঞ্চলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা বানত ব্যাপক ক্ষতি । ২৮০০০ গৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৪১জনকৈ অধিক লোকৰ মৃত্যু আৰু নিৰুদ্দেশৰ খবৰ ।

China reports over 140 dead or missing in floods
চীনৰ প্ৰলয়ংকৰী বানত ১৪১জনতকৈ অধিক লোক নিহত আৰু নিৰুদ্দেশৰ খবৰ

নিউজ ডেস্ক,১৩ জুলাই:যোৱাটো মাহত চীনত হৈ যোৱা প্ৰলয়ংকৰী বানত প্ৰায় ২৮০০০ গৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ১৪১জনকৈ অধিক লোকৰ মৃত্যু আৰু নিৰুদ্দেশ হৈছে ।

চীনৰ প্ৰলয়ংকৰী বানত ১৪১জনতকৈ অধিক লোক নিহত আৰু নিৰুদ্দেশৰ খবৰ

যোৱা ৫০ বছৰৰ ভিতৰত য়াংক্টজে নদীৰ উপত্যকা অঞ্চলত এইবাৰ দ্বিতীয় সৰ্বোচ্চ হাৰত হোৱা এই প্ৰৱল বৃষ্টিপাতৰ ফলত এনে এক বিপৰ্যয়ৰ মুখামুখি হ'ব লগা হ'ল চীন দেশ ।

চীনৰ প্ৰলয়ংকৰী বানত ১৪১জনতকৈ অধিক লোক নিহত আৰু নিৰুদ্দেশৰ খবৰ

লগতে চাওকঃ চাইবাৰ অপৰাধীৰ নতুন হাথিয়াৰ টিকটক

ABOUT THE AUTHOR

...view details