ইন্টাৰনেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰীঃপূৰ্বৰ পৰিকল্পনা অনুসৰি বাংলাদেশে 1 লাখ ৰহিংগীয়া অনুপ্ৰৱেশকাৰীক বংগোপ সাগৰৰ দ্বীপলৈ স্থানান্তৰিত কৰা বিষয় বাতিল কৰে ৷
বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আবুল কালাম মোমেনে দেওবাৰে ঢাকাত চীনৰ এম্বেছেডৰ লি ঝিমিঙৰ সৈতে হোৱা এক বৈঠকত কয় যে ‘আমাৰ উদ্দেশ্য ৰহিংগীয়াসকলক তেওঁলোকৰ নিজৰ বসতিস্থল ম্যানমাৰলৈ পঠিওৱা’ ৷
ভাচান চাৰৰ ইচলেটত নতুন পৰিকল্পনা অনুসৰি নতুন বাংলাদেশ হিচাপে ব্যৱসায়ীক হাবলৈ ৰূপান্তৰিত কৰা ৷ ইয়াৰোপৰি মোমেনে উল্লেখ কৰে যে নদীৰ গৰাখহনীয়াৰ ফলত লক্ষাধিক লোকৰ নিজৰ বাসগৃহ উচান হোৱা বাবে তেওঁলোকক নতুনকৈ সংস্থাপিত কৰা হ’ব ৷