অসম

assam

ETV Bharat / international

সমগ্ৰ বিশ্বত COVID 19 ত আক্ৰান্তৰ শেহতীয়া তথ্য....

ভাৰতত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা, 7,997 , নতুনকৈ আক্ৰান্তৰ সংখ্যা +397 আৰু নিহত হোৱা লোকৰ সংখ্যা 249 ৷

ন
সমগ্ৰ বিশ্বত COVID 19 ত আক্ৰান্তৰ শেহতীয়া তথ্য....

By

Published : Apr 11, 2020, 9:18 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃমহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বিশ্বৰ প্ৰায় 1,725,271 লোক ৷ এই পৰ্যন্ত নিহতৰ সংখ্যা 104,881 ৷ কিন্তু এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 390,107 ৷

আমেৰিকাত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা 505,237, নতুনকৈ আক্ৰান্তৰ সংখ্যা +2,361 আৰু নিহত হোৱা লোকৰ সংখ্যা 18,850

স্পেইনত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা 161,852, নতুনকৈ আক্ৰান্তৰ সংখ্যা +3,579, নিহত হোৱা লোকৰ সংখ্যা 16,353

ইটালীত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা 147,577, নিহত হোৱা লোকৰ সংখ্যা 18,849

ফ্ৰান্সত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা 124,869, নিহত হোৱা লোকৰ সংখ্যা 13,197

জাৰ্মানীত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা, 122,855, নতুনকৈ আক্ৰান্তৰ সংখ্যা +684 আৰু নিহত হোৱা লোকৰ সংখ্যা 2,736

ভাৰতত এই পৰ্যন্ত কৰ'ণাত আক্ৰান্ত সংখ্যা, 7,997 , নতুনকৈ আক্ৰান্তৰ সংখ্যা +397 আৰু নিহত হোৱা লোকৰ সংখ্যা 249 ৷

আনহাতে সমগ্ৰ দেশৰ বিপৰীতে গ্ৰীণলেণ্ডত বৰ্তমানলৈ আক্ৰান্ত হোৱা আটাইকেইজন লোক বৰ্তমান সুস্থ ৷

Last Updated : Apr 11, 2020, 10:04 PM IST

ABOUT THE AUTHOR

...view details