ইন্টাৰনেশ্যনেল ডেস্ক, 4 জুন : আমেৰিকাৰ ইণ্ডিয়ানাত প্ৰায় 60 গৰাকী প্ৰতিবাদকাৰীৰ এটা দল পাৰ হৈ যোৱাৰ সময়ত সাধাৰণ লোকে ৰাইফল লৈ থকা এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টো ইণ্ডিয়ানাৰ ক্ৰাউন পইন্টত সোমবাৰে সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰ পাচতে অনলাইন মাধ্যমেৰে ভিডিঅ'টো সকলোতে বিয়পি পৰিছিল ৷
আমেৰিকাৰ জৰ্জ ফ্লইড হত্যাকাণ্ড : সাধাৰণ লোকে ৰাইফল লোৱাৰ ভিডিঅ' ভাইৰেল - 60 গৰাকী প্ৰতিবাদকাৰীৰ এটা দল পাৰ হৈ যোৱাৰ সময়ত সাধাৰণ লোকে ৰাইফল লোৱাৰ ভিডিঅ'
আমেৰিকাৰ ইণ্ডিয়ানাত প্ৰায় 60 গৰাকী প্ৰতিবাদকাৰীৰ এটা দল পাৰ হৈ যোৱাৰ সময়ত সাধাৰণ লোকে ৰাইফল লৈ থকা এক ভিডিঅ' ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ'টো ইণ্ডিয়ানাৰ ক্ৰাউন পইন্টত সোমবাৰে সংগ্ৰহ কৰা হৈছিল ৷

আমেৰিকাৰ জৰ্জ ফ্লইড হত্যাকাণ্ড
আমেৰিকাৰ জৰ্জ ফ্লইড হত্যাকাণ্ড
25 মে'ত আমেৰিকান-আফ্ৰিকান জৰ্জ ফ্লইড নামৰ লোকজনক আৰক্ষী বিষয়াই ডিঙিত গছকি হত্যা কৰাৰ পাচৰে পৰাই দেশখনত প্ৰতিবাদৰ সূচনা হৈছিল ৷ হেণ্ডকাফ লগাই এজন আৰক্ষী বিষয়াই ডিঙিত গছকি ধৰাৰ সময়ত ফ্লইডে নিজৰ প্ৰাণ ভিক্ষা কৰিছিল ৷