অসম

assam

By

Published : Mar 6, 2019, 6:04 PM IST

ETV Bharat / international

পেৰাগুৱেত উপস্থিত উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু

লেটিন আমেৰিকাৰ ৰাষ্ট্ৰত উপস্থিত প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি নাইডু

etv bharat, etv bharat assam

নিউজডেস্ক, ৬ মাৰ্চ: বুধবাৰে পুৱা পেৰাগুৱেত উপস্থিত হ'ল উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু । দুদিনীয়া ভ্ৰমণসূচীয়ে বিভিন্ন বিষয়ৰ সন্দৰ্ভত আলোচনাৰ বাবে লেটিন আমেৰিকান ৰাষ্ট্ৰখনত উপস্থিত হৈছেগৈ ভেংকাইয়া নাইডু । উল্লেখ্য যে, ভেংকাইয়া নাইডু পেৰাগুৱে ৰিপাব্লিকত উপস্থিত হোৱা প্ৰথমগৰাকী ভাৰতীয় উপ-ৰাষ্ট্ৰপতি ।

উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু

পেৰাগুৱেৰ ভূমিত আৱতৰণ কৰাৰ পাচতে উপ-ৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুক আদৰণি জনায় পেৰাগুৱেৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপমন্ত্ৰী হিউগ' চাগুৱাৰ কাবালাৰোই (Hugo Saguier Caballero) ।

ABOUT THE AUTHOR

...view details