নিউজ ডেস্ক, 12 জানুৱাৰী:আমেৰিকাৰৰাষ্ট্ৰপতিবাৰাকওবামাৰকাৰ্যকালতআমেৰিকানপ্ৰশাসনেএকডাঙৰকৃতিত্ববুলিইৰাণৰপাৰমাণৱিকআকাংক্ষাকনিয়ন্ত্ৰণকৰিবলৈজইণ্টকম্প্ৰিহেন্সিভপ্লেনঅৱ্এক্সনতস্বাক্ষৰকৰিছিল।কিন্তুপৰৱৰ্তীৰাষ্ট্ৰপতিডনাল্ডট্ৰাম্পেইয়াকবাতিলকৰিবলৈসংকল্পগ্ৰহণকৰে।এয়াইএকশেষৰআৰম্ভণিআছিল।পাৰমাণৱিকচুক্তিপ্ৰত্যাহাৰকৰাৰেপৰাট্ৰাম্পেইৰাণৰওপৰতহেঁচাপ্ৰয়োগকৰিবলৈলয়আৰুনিষেধাজ্ঞাজাৰিকৰে।আমেৰিকাইইতিমধ্যেবিৰাজমানছিয়া-ছুন্নীৰবিভাজনকোব্যৱহাৰকৰাৰলগতেচৌদিআৰৱআৰুইজৰাইলৰমাজতথকাসংঘাতকঅধিকদৃঢ়কৰে।জাৰেদকুশ্বনাৰৰনেতৃত্বলোৱাৰেপাছৰেপৰাইজৰাইলতইতিবাচকপৰিৱৰ্তনআৰম্ভহৈছিলআৰুমধ্যপ্ৰাচ্যৰচুবুৰীয়াদেশসমূহৰসৈতেইসম্পৰ্কঅব্যাহতৰখাৰবাবেআগবাঢ়িআহে।কিন্তুইতিমধ্যেবহুসংকটআৰুসংঘাতৰসন্মুখীনহৈথকাআৰৱীয়অঞ্চলবামধ্যপ্ৰাচ্যত(এনেবহুসংঘাততইৰাণৰহাতআছে)ইৰাণৰসমস্যাটোৱেতীব্ৰৰূপধাৰণকৰে।লিবিয়া,য়েমেন,ইৰাক,ছিৰিয়া,গাজাআৰুলেবাননআমেৰিকাৰস্বাৰ্থৰপৰিপন্থীহিচাপেপৰিগণিতহয়।নিজৰপ্ৰভাৱসম্প্ৰসাৰণকৰাৰবাবেকেইবাজনোবেচৰকাৰীবাঅকৰ্তৃত্বশীলনেতাযেনেহেজবলা,হামাছ,হৌথিছআৰুইৰাকৰছিয়াউগ্ৰপন্থীসংগঠনৰসৈতেইৰাণেসুসম্পৰ্কৰক্ষাকৰিআহিছে।জেচিপিঅ’এআমেৰিকাইবাতিলকৰাৰেপৰাকেইবাটাওনেতিবাচকপ্ৰভাৱআৰম্ভহোৱাদেখাযায়।ষ্ট্ৰেইট্অৱ্হৰমূজৰজৰিয়তেবাণিজ্যআৰুশক্তিসৰবৰাহকঠিনহৈপৰে।সৌভাগ্যক্ৰমেগাল্ফঅঞ্চলতআমেৰিকাৰসামৰিকড্ৰোণআৰুবহুসংখ্যকনাঁওকআক্ৰমণকৰাআৰুছৌদিতৈলক্ষেত্ৰতড্ৰোণআক্ৰমণৰঘটনাবোৰনিয়ন্ত্ৰিতহৈথাকেআৰুকোনোধৰণৰপ্ৰত্যক্ষসঁহাৰিদিয়ানহয়।কিন্তুতেতিয়াইআমেৰিকাযুক্তৰাষ্ট্ৰৰৰাষ্ট্ৰপতিডনাল্ডট্ৰাম্পেমেজৰজেনেৰেলকাছিমছলেমানীকহত্যাৰনিৰ্দেশদিয়ে।এগৰাকীআমেৰিকানঠিকাদাৰক২৭ডিচেম্বৰতসন্ত্ৰাসবাদীয়েআক্ৰমণকৰাৰপ্ৰতিশোধস্বৰূপেট্ৰাম্পেবাগদাদবিমানবন্দৰৰসমীপতছলেমানীকহত্যাৰনিৰ্দেশদিয়ে।আনএগৰাকীইৰাণসমৰ্থকউচ্চপৰ্যায়ৰনেতাআলমুহানাদিকোড্ৰোণআক্ৰমণতহত্যাকৰাহয়।কৰ্মৰতসেনাধ্যক্ষকবিদেশীচৰকাৰেপোনপটীয়াকৈহত্যাকৰাটোনিয়মহ’বনোৱাৰেবুলিসমালোচনাৰোসৃষ্টিহয়।দুয়োপক্ষইযুদ্ধৰপৰাআঁতৰিথকাৰউদ্দেশ্যেমধ্যস্থতাকাৰীৰজৰিয়তেকিছুবুজাবুজিতউপনীতহ’বলৈচেষ্টাঅব্যাহতৰখাৰসময়তেএইঘটনাঘটে।ছলেমানীৰশেষযাত্ৰাতবহুলোকৰসমাগমহোৱাটোআৰুআমেৰিকাৰবিৰুদ্ধেপ্ৰতিশোধৰশ্ল’গানদিয়াইইৰাণতআশ্চৰ্যআৰুবেদনাহোৱাটোস্বাভাৱিকআৰুস্পষ্টবুলিপ্ৰমাণকৰে।টুইটাৰতোযুদ্ধঅব্যাহতথাকেআৰুপ্ৰকৃতাৰ্থতসংঘাতআৰম্ভহয়।নিঃসন্দেহেমূলনেতাআয়াতোল্লাখামেইনীআৰুআনসকলেপ্ৰত্যাক্ৰমণআৰুপ্ৰতিশোধৰসংকল্পগ্ৰহণকৰিছে।আমেৰিকাইদূতাবাসৰকৰ্মচাৰীসকলৰলগতেআনআমেৰিকাননাগৰিকসকলকউদ্ধাৰকৰিবলৈবাধ্যহয়।কিয়নোআমেৰিকাৰকাণ্ডইদেশখনৰসাৰ্বভৌমত্বতআঘাতকৰাবুলিইৰাণতক্ষোভৰউদগীৰণহয়।ইৰাকীসংসদেআমেৰিকানসকলকদেশখনত্যাগকৰিবলৈজনোৱানিৰ্দেশআমেৰিকাৰবাবেভোগলিক-কৌশলৰপৰাডাঙৰক্ষতি।মধ্যপ্ৰাচ্যতনিজৰসামৰিকউপস্থিতিকলৈআমেৰিকাদোদুল্যমানঅৱস্থাতআছিলআৰুআফাগনিস্তানৰপৰাছিৰিয়াললৈসামৰিকশক্তিপ্ৰত্যাহাৰকৰাৰপক্ষতথকাযেনঅনুমানহৈছিল।কিন্তুএইঘটনাৰলগতেঅতীতৰকিছুঘটনা-দুৰ্ঘটনাইএইঅঞ্চলতআমেৰিকানসৈন্যৰেগিজগিজাইৰাখিবলগীয়াহয়।ইয়াৰফলতআমেৰিকাৰসম্পদআৰুস্বাৰ্থৰপ্ৰতিবিপদবৃদ্ধিহেপায়।
আনহাতেআমেৰিকাৰসচিবপম্পিঅ’ইছলেমানীৰহত্যাৰন্যায্যতাদাবীকৰিকয়, “এটাকথাস্পষ্টযেপৃথিৱীখননিৰাপদস্থান।ছলেমানীয়েআৰুএইপৃথিৱীতখোজনিদিয়ে।ছলেমানীয়েআমেৰিকাৰবিৰুদ্ধেচলোৱাআৰুভৱিষ্যতেচলাবলগীয়সন্ত্ৰাসবাদীঅভিযানকস্তব্ধকৰিৰাষ্ট্ৰপতিট্ৰাম্পেসঠিকসিদ্ধান্তগ্ৰহণকৰিছে।”ইৰাণৰপ্ৰতিশোধৰসংকল্পৰপ্ৰতিসঁহাৰিজনাইট্ৰাম্পে৫২টাসাংস্কৃতিকটাৰ্গেটসন্নিবিষ্টএকতালিকাপ্ৰকাশকৰেযাতেইৰাণেসেইবোৰতমনদিয়ে।প্ৰতিটোকাৰ্যৰেপ্ৰতিক্ৰিয়াআছে।কিন্তুএইক্ষেত্ৰতপ্ৰতিক্ৰিয়াসমানআৰুসঠিকভাৱেবিপৰীতনহ’বপাৰে।আনহাতেইৰাণৰসমৰ্থকউগ্ৰপন্থীদলসমূহযাকআমেৰিকাআৰুইয়াৰমিত্ৰসকলেপ্ৰক্সিবুলিকয়তেওঁলোকৰপ্ৰতিশোধৰআনপৰিকল্পনাথাকিবপাৰে।আমেৰিকাৰসকলোমিত্ৰশক্তিয়েসংযমআৰুসংঘাতনিয়ন্ত্ৰণৰহকেমাতমাতিআহিছে।কিন্তু