অসম

assam

By

Published : Mar 9, 2019, 5:00 PM IST

ETV Bharat / international

উপ ৰাষ্ট্ৰপতি নাইডুলৈ ইউ এনৰ ইউনিভাৰচিটি ফৰ পিচৰ সন্মানীয় ডক্তৰেট উপাধি

উপ ৰাষ্ট্ৰপতি ভেংকগয়া নাইডুলৈ সন্মানীয় ডক্তৰেট উপাধি প্ৰদান

উপ ৰাষ্ট্ৰপতি নাইডুলৈ ইউ এনৰ ইউনিভাৰচিটি ফৰ পিচৰ সন্মানীয় ডক্তৰেট উপাধি

নিউজ ডেস্ক, 9 মাৰ্চ: বৃহস্পতিবাৰে উপ ৰাষ্ট্ৰপতি ভেংকগয়া নাইডুলৈ সন্মানীয় ডক্তৰেট উপাধি প্ৰদান কৰা হৈছে ৷ এই উপাধি তেওঁলৈ ইউনাইটেড নেচনচ আৰগেনাইজেচনৰ ইউনিভাৰচিটি ফৰ পিচে নাইডুৰ ভাৰতত আইনৰ নিয়ম অনুসৰি গণতন্ত্ৰ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে প্ৰদান কৰা হৈছে ৷

তেওঁৰ এই উপাধি ইউনিভাৰচিটি ফৰ পিচৰ ডিনে প্ৰদান কৰে ৷

উপ ৰাষ্ট্ৰপতি গৰাকীয়ে সন্ত্ৰাসবাদ বিশ্ব শান্তিৰ আতাইতকৈ ডাঙৰ সত্ৰু বুলি অভিহিত কৰে ৷ তেওঁ বৈষম্য আৰু অসমতাই শান্তি প্ৰক্ৰিয়াক বাধাগ্ৰস্ত কৰা বুলি কয় ৷

ABOUT THE AUTHOR

...view details