ইন্টাৰনেশ্যনেল ডেস্ক, 8 অক্টোবৰ : 2020 চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে আমেৰিকান কবি লুইছ গ্লুকলৈ ৷
লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা - 2020 চনৰ সাহিত্যৰ নোবেল
2020 চনৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰা হৈছে আমেৰিকান কবি লুইছ গ্লুকলৈ ৷
![লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা আমেৰিকান কবি লুইছ গ্লুক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9097379-92-9097379-1602149551569.jpg)
লুইছ গ্লুকলৈ সাহিত্যৰ নোবেল বঁটা
উল্লেখ্য যে, যৌন আতিশয্যৰ অভিযোগৰ বাবে 2018 চনৰ সাহিত্যৰ নোবেল স্থগিত ৰখা হৈছিল ৷ আনহাতে, যোৱা বছৰত ঘোষণা কৰা অনুসৰি 2018 চনৰ সাহিত্যৰ নোবেল পোলেণ্ডৰ অলগা টকাৰজোক আৰু 2019 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে অষ্ট্ৰিয়াৰ পিটাৰ হেন্দকেই ৷
লগতে পঢ়ক :হাথৰছ কাণ্ড : ভুক্তভোগীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ প্ৰিয়ংকা