অসম

assam

ETV Bharat / international

COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা তৃতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত ব্ৰাজিল

ব্ৰাজিলত দ্ৰুত গতিত বৃদ্ধি পাইছে COVID-19ত আক্ৰান্তৰ সংখ্যা । আমেৰিকা আৰু ব্ৰিটেইৰ পাচতে COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত তৃতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত হৈছে ব্ৰাজিল ।

COVID-19
COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত তৃতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত ব্ৰাজিল

By

Published : Jun 6, 2020, 3:14 PM IST

নিউজ ডেস্ক,৬ জুনঃ ব্ৰাজিলত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ আক্ৰান্ত লোকৰ সংখ্যা । ব্ৰাজিলত বৰ্তমান পৰ্যন্ত মহামাৰী COVID-19ত আক্ৰান্ত হৈছে ৬,১৫,০০০ৰো অধিক লোক । তাৰোপৰি ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে ৩৪,০০০ ৰো অধিক লোক ।

COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ক্ষেত্ৰত তৃতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত ব্ৰাজিল

COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত আমেৰিকা আৰু ব্ৰিটেইৰ পাচতে তৃতীয় সৰ্বোচ্চ হিচাপে পৰিগণিত হৈছে ব্ৰাজিল। আনহাতে, ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' COVID-19 ত সৰ্বাধিক আক্ৰান্ত চহৰ সমূহৰ ভিতৰত এখন বুলি মন্তব্য সদৰী কৰে । চহৰখনত বিগত এসপ্তাহৰ পূৰ্বে কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে বুলি সদৰী কৰে । আনহাতে,চহৰখনত অত্যাৱশীকবাদে আন সকলো ব্যৱস্থা লাহে লাহে বন্ধ কৰি দিছে প্ৰশাসনে।

লগতে চাওকঃ প্ৰকৃতিৰ হকে কাম কৰি যাব ষষ্ঠ স্থানপ্ৰাপ্ত হৰিদ্ৰা বৰাই

ABOUT THE AUTHOR

...view details