আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন - আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন
আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বিডেন
22:11 November 07
46 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত বিডেন
নিউজ ডেস্ক, 7 নৱেম্বৰ :আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী জ' বিডেন ৷ শনিবাৰে পেনছিলভেনিয়াত জয়ী হোৱাৰ পাচতে চূড়ান্ত হ'ল বিডেনৰ জয় ৷ আমেৰিকাৰ 46 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল জ' বিডেন ৷
জ' বিডেনে 284 খন আসন দখল কৰাৰ পৰিৱৰ্তে ড'নাল্ড ট্ৰাম্পে দখল কৰে 214 খন আসন ৷
লগতে পঢ়ক :অগ্ৰগতিৰ সংখ্যাই জয়ৰ স্পষ্ট ইংগিত দিছে ডেমক্ৰেটিক দলকঃ জ্ৰ বিডেন
Last Updated : Nov 7, 2020, 10:55 PM IST