নিউজ ডেস্ক, ৩ মাৰ্চ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ভাৰতৰ আমদানী শুল্ককলৈ এইবাৰ মন্তব্য কৰিছে । তেখেতৰ মতে আমদানীকৃত সামগ্ৰীৰ পৰা যথেষ্ট শুল্ক গ্ৰহণ কৰে ভাৰতবৰ্ষই । সেয়েহে ইয়াৰ বিকল্প হিচাপে তেওঁ পাৰস্পৰিক কৰ আদায় কৰাৰ কথা ঘোষনা কৰিছে ।
আমদানীকৃত সামগ্ৰীৰ পৰা অত্য়াধিক কৰ সংগ্ৰহ কৰে ভাৰতেঃ ট্ৰাম্পৰ - ETV BHARAT
এতিয়াৰে পৰা আমেৰিকাইও ভাৰতৰ পৰা আমদানী কৰা সামগ্ৰীৰ পৰা সংগ্ৰহ কৰিব সম পৰিমাণৰ কৰ
![আমদানীকৃত সামগ্ৰীৰ পৰা অত্য়াধিক কৰ সংগ্ৰহ কৰে ভাৰতেঃ ট্ৰাম্পৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2596298-668-3c133559-1ee7-4ee5-a7b6-6ebf5e284c94.jpg)
DONALD TRUMP
হাৰ্লি- ডেভিদচনৰ উদাহৰণ দি ট্ৰাম্পে কয় যে যেতিয়া আমাৰ দেশৰ পৰা মটৰচাইকেল ৰপ্তানী কৰা হয় তেতিয়া আমি কোনো কৰ গ্ৰহন নকৰো কিন্তু ভাৰতে ১০০ শতাংশই কৰ আদায় কৰে ।