অসম

assam

By

Published : Jun 6, 2020, 1:35 PM IST

ETV Bharat / international

জৰ্জিয়াত বিমান দুৰ্ঘটনা, নিহত ৫

জৰ্জিয়াত শুকুৰবাৰে সংঘটিত হয় বিমান দুৰ্ঘটনা । ফলত ফ্লৰিডা পৰিয়ালৰ ৪ জন সদস্যসহ নিহত হয় বিমান চালকজন । নিহত সকলৰ ভিতৰত দুজন শিশু আছিল বুলি জানিবলৈ দিয়ে পুটনাম দেশৰ শ্বেৰীফ হাৱাৰ্ড ছীলচে্ ।

জৰ্জিয়া
জৰ্জিয়াত বিমান দুৰ্ঘটনা, নিহত ৫

নিউজ ডেস্ক, ৬ জুনঃ শুকুৰবাৰে জৰ্জিয়াত সংঘটিত হয় শোকাৱহ বিমান দুৰ্ঘটনা । এখন সৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলতে নিহত হয় ৫ জন লোকৰ । ফ্লৰিডাৰ এটা পৰিয়ালৰ ৪ জন সদস্যই বিমানখনেৰে ইণ্ডিয়ানালৈ অন্তিম সৎকাৰত অংশ গ্ৰহণ কৰিবলৈ যোৱা সময়তে দুৰ্ঘটনাগ্ৰস্থ হয় বিমানখন । ফলত বিমান চালককে ধৰি পৰিয়ালটোৰ আটাইকেইজন সদস্য নিহত হয় ।

জৰ্জিয়াত বিমান দুৰ্ঘটনা, নিহত ৫

পুটনাম দেশৰ শ্বেৰীফ হাৱাৰ্ড ছীলচে্ স্থানীয় সংবাদ আউটলেটৰ আগত প্ৰকাশ কৰে যে, আটলাণ্টাৰ দক্ষিণ-পূবৰ প্ৰায় ১৬১ কিলোমিটাৰ নিলগত সংঘটিত দুৰ্ঘটনাত বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যু হয় । মৃত্যু হোৱা সকলৰ ভিতৰত দুজন শিশু আছিল বুলিও জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details