ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰ:যেতিয়া আমেৰিকাই চলিত বৰ্ষৰ ৬ তাৰিখে বিধানসভালৈ নিৰ্বাচিত হোৱা নতুন ৰাষ্ট্ৰপতিক পোনপটিয়াকৈ নিৰ্বাচন নকৰি, ৫৩৮ সদস্যৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী কলেজখনৰ বাবে ভোট প্ৰদান কৰে। এই নিৰ্বাচনীত দুজন প্ৰাৰ্থীৰ এজনক সমৰ্থন কৰা হয় ৷ যিজন ব্যক্তিয়ে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে ৷ নিৰ্বাচনীত 270 টা ভোটেই বিজয়ী ঘোষনা কৰে ৷ দেশৰ ৰাজধানী ৱাশ্বিংটন ডিচি-ৰ গৃহত কোনো ভোটপ্ৰতিনিধি নাই যদিও নিৰ্বাচনৰ সময়ত তিনিজন ভোটাৰ দিয়া হয় ।
কেলিফৰ্নিয়া,মাৰ্কিন যুক্তৰাষ্ট্ৰ কেলিফৰ্ণিয়া আদি আটাইতকৈ সংখ্যা গৰিষ্ঠ ঠাই যদিও,55 গৰাকীহে ভোটাৰ আছে ৷ আনহাতে আলাস্কাৰ দৰে আটাইতকৈ সৰু ৰাজ্যবোৰৰ মাত্ৰ তিনিগৰাকী ভোটাৰ আছে ৷