নিউয়ৰ্ক, 15 এপ্ৰিলঃ ৰাষ্ট্ৰ সংঘৰ উপ সাধাৰণ সচিবে কয় যে,সাম্প্ৰতিক সময়ত ঋণ বন্ধ কৰাটোত প্ৰাধান্য দিব লাগিব যাতে সংকটময় সময়ত সৃষ্টি হোৱা পৰিস্থিতিক প্ৰতিহত কৰিব পাৰো ।
"সম্পত্তিৰ প্ৰয়োজন আছে। অলপতে আমি নিশাৰ ভিতৰতে 2 ট্ৰিলিয়ন সাহাৰ্য ঘোষণা কৰা দেখা পাইছো । আমেৰিকা যুক্তৰাষ্ট্ৰই কৰ্মচাৰী সকলক ঘৰতে থকাৰ সুবিধা দিছে আৰু তাৰে 80 শতাংশই ঘৰত বহিয়ে দৰমহা পাইছে । জাপানত 20 শতাংশ জিডিপি । এই সকলোবোৰ ৰাতিৰ ভিতৰতে ত্ৰিলিয়ন,আৰু এতিয়াও আমি ঋণ হ্ৰাসৰ বাবে তৰ্ক কৰি আছো,য'ত আমি জানো যে এইয়া মাত্ৰ আৰম্ভণিহে । আমাক ত্ৰিলিয়ণৰ প্ৰয়োজন হ'বলৈ গৈ আছে।"- 'গোলকীয় বহনক্ষম অৰ্থনীতিৰ লক্ষ বিত্তপোষণ'ৰ বৈঠক সম্পৰ্কে এইদৰে মন্তব্য কৰে ৰাষ্ট্ৰ সংঘৰ উপ সাধাৰণ সচিব এলিনা মহম্মদে ।