অসম

assam

By

Published : Dec 7, 2020, 2:22 PM IST

ETV Bharat / international

কেলিফৰ্ণিয়াৰ এ জি বেকেৰাক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ

সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে তেওঁৰ স্বাস্থ্য হিচাপে কেলিফৰ্ণিয়াৰ এ জি জেভিয়াৰ বেকেৰাক বাচনি কৰিছে ৷ পূৰ্বৰ হাউচৰ এগৰাকী ডেম'ক্ৰেট বেচেৰাই কংগ্ৰেছৰ মাধ্যমেৰে অ'বামা স্বাস্থ্য আইন পৰিচালনাত বিশেষ ভূমিকা পালন কৰিছিল ৷

Biden picks California AG to be first Latino health secretary
কেলিফৰ্ণিয়াৰ এ জি বেচেৰা ক স্বাস্থ্য সচিব হিচাপে নিৰ্বাচন জ' বাইডেনৰ

নেচনেল ডেস্ক, 7 ডিচেম্বৰ:কেলিফৰ্ণিয়াৰ এটৰ্ণী জেনেৰেল এ জি জেভিয়াৰ বেকেৰাক নিজৰ স্বাস্থ্য সচিব হিচাপে নিযুক্তি দিলে সংযুক্ত ৰাষ্ট্ৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত জ' বাইডেনে ৷ চিনেটে এই সন্দৰ্ভত নিশ্চয়তা প্ৰদান কৰিলে 62 বৰ্ষীয় বেচেৰা স্বাস্থ্য আৰু মানৱ সেৱা বিভাগক নেতৃত্ব দিয়া প্ৰথমগৰাকী লেটিন' হ'ব ৷ এগৰাকী জ্যেষ্ঠ হাউচ ডেম'ক্ৰেট বেকেৰাই 2009 আৰু 2010 বৰ্ষত কংগ্ৰেছৰ মাধ্যমেৰে অ'বামা স্বাস্থ্য আইন পৰিচালনা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

ABOUT THE AUTHOR

...view details