নিউজ ডেস্ক,3 জুনঃ আমেৰিকাৰ বিদেশ বিভাগৰ নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা ভিচা আবেদনকাৰীয়ে দিব লাগিব নিজ চ'ছিয়েল মিডিয়াৰ সকলো তথ্য ৷ আবেদনকাৰীৰ নামৰ লগতে পৰৱৰ্তী 5 বছৰলৈ থাকিবলগীয়া মেইল আৰু ফোন নম্বৰো দিব লাগিব আবেদনকাৰীয়ে ৷
ভিচা আবেদনকাৰীৰ বাবে ট্ৰাম্প প্ৰশাসনৰ নতুন নিয়ম - ট্ৰাম্প প্ৰশাসণ
আমেৰিকা ভ্ৰমণৰ বাবে ভিচা আবেদন কৰিলে আবেদলকাৰীয়ে দিব লাগিব নিজৰ চ'ছিয়েল মিডিয়াৰ সকলো তথ্য

ভিজা আবেদনকাৰীৰ বাবে ট্ৰাম্প প্ৰশাসণৰ নতুন নিয়ম
উল্লেখ্য যে 2018 চনতে ট্ৰাম্প প্ৰশাসনে এই নতুন নিয়মৰ প্ৰস্তাৱ আগবঢ়াইছিল, কাৰণ তথ্য অনুসৰি এই প্ৰক্ৰিয়াই 1.47 কোটি জনসাধাৰণক প্ৰভাৱিত কৰিব বুলি এক গৱেষণাত প্ৰকাশ পাইছে ৷
Last Updated : Jun 3, 2019, 6:39 PM IST