নিউজডেস্ক,7মে': অহা কেইটামান দশকৰ ভিতৰত বিলুপ্ত হ'ব প্ৰায় এক মিলিয়ন প্ৰাণী-উদ্ভিদৰ প্ৰজাতি ৷ এই তথ্য পোহৰলৈ আহিছে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ এক অধ্যয়নত৷ পৰিৱেশ প্ৰদূষণৰ উপৰি প্ৰকৃতিৰ ওপৰত চলোৱা মানুহৰ অবাধ ধ্বংসজজ্ঞই ভাবুকি কঢ়িয়াই আনিছে প্ৰজাতিসমূহৰ ওপৰত ৷
বিলুপ্তিৰ পথত এক মিলিয়ন প্ৰজাতি - ৰাষ্ট্ৰসংঘ
বিগত দহ নিযুত বছৰৰ ভিতৰত প্ৰায় এক নিযুত প্ৰাণীৰ প্ৰজাতি ইতিমধ্যে বিলুপ্তি হোৱা বুলি এই গৱেষণাত প্ৰকাশ পাইছে ৷ ইপিনে বিগত বৰ্ষৰ অক্টোবৰত জলবায়ু সম্পৰ্কীয় বৈঠকত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অহা এশ বছৰৰ ভিতৰত মানৱ সভ্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল ৷

বিলুপ্তিৰ পথত এক মিলিয়ন প্ৰজাতি
বিলুপ্তিৰ পথত এক মিলিয়ন প্ৰজাতি
উল্লেখ্য যে বিগত দহ নিযুত বছৰৰ ভিতৰত প্ৰায় এক নিযুত প্ৰাণীৰ প্ৰজাতি ইতিমধ্যে বিলুপ্তি হোৱা বুলি এই গৱেষণাত প্ৰকাশ পাইছে ৷ ইপিনে বিগত বৰ্ষৰ অক্টোবৰত জলবায়ু সম্পৰ্কীয় বৈঠকত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে অহা এশ বছৰৰ ভিতৰত মানৱ সভ্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছিল ৷
Last Updated : May 7, 2019, 12:52 PM IST