অসম

assam

ETV Bharat / international

ট্ৰাম্পৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চান জুকাৰবাৰ্গ শাখাৰ ১৪০ জন বিজ্ঞানীৰ আহ্বান - মাৰ্ক জুকৰবাৰ্গ

মাৰ্ক জুকাৰবাৰ্গে শনিবাৰে ড'নাল্ড ট্ৰাম্পে ফেচবুকত কৰা অগ্ৰহণযোগ্য মন্তব্যৰ বিৰোধিতা আৰু কৰ্মচাৰীসকলৰ মাজত হোৱা অশান্তি দূৰ কৰাৰ প্ৰয়াস কৰিছিল । উল্লেখ্য যে, জৰ্জ ফ্লোয়েডৰ মৃত্যুৰ পিছত ট্ৰাম্পে ফেচবুকত কৰা অগ্ৰহণযোগ্য মন্তব্যৰ বিচাৰ নকৰাৰ বাবে ফেচবুক কৰ্মচাৰীয়ে জুকাৰবাৰ্গক সাক্ষাৎ কৰি ইয়াৰ বিৰোধিতা কৰিছিল ।

ট্ৰাম্পৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চান জুকাৰবাৰ্গ শাখাৰ ১৪০ জন বিজ্ঞানীৰ আহ্বান
ট্ৰাম্পৰ ফেচবুক পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চান জুকাৰবাৰ্গ শাখাৰ ১৪০ জন বিজ্ঞানীৰ আহ্বান

By

Published : Jun 7, 2020, 5:46 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ জুন: চান জুকাৰবাৰ্গ নেতৃত্বাধীন ফেচবুকৰ উদ্ভাৱক মাৰ্ক জুকাৰবাৰ্গক শাখাটোৰ ১৪০ জনতকৈও অধিক বিজ্ঞানীয়ে ফেচবুকৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ দৰে ঘৃণনীয় মন্তব্য প্ৰদান কৰা পোষ্টসমূহৰ বিৰুদ্ধে ব্যৱস্থা হাতত ল'বলৈ আহ্বান জনায় । সংবাদ সূত্ৰ অনুসৰি, অনুজ্ঞাপত্ৰ স্বাক্ষৰ কৰা বিজ্ঞানীসকলৰ ভিতৰত ষ্টেনফৰ্ড, হাৰ্ভাৰ্ড নবেল বঁটাপ্ৰাপ্ত বিজ্ঞানী জড়িত হৈ আছে । মাৰ্ক জুকাৰবাৰ্গে শনিবাৰে ডনাল্ড ট্ৰাম্পে ফেচবুকত কৰা অগ্ৰহণযোগ্য মন্তব্যৰ বিৰোধিতা আৰু কৰ্মচাৰীসকলৰ মাজত হোৱা অশান্তি দূৰ কৰাৰ প্ৰয়াস কৰে ।

The Chan Zuckerberg Initiative হৈছে জুকাৰবাৰ্গ আৰু তেওঁৰ পত্নী প্ৰিচিলা চানৰ দ্বাৰা গঠিত এক পৰোপকাৰী শাখা । জৰ্জ ফ্লোয়েডৰ মৃত্যুৰ পিছত ট্ৰাম্পে ফেচবুকত কৰা অগ্ৰহণযোগ্য মন্তব্যৰ বিচাৰ নকৰাৰ বাবে ফেচবুক কৰ্মচাৰীয়ে জুকাৰবাৰ্গক সাক্ষাৎ কৰি ইয়াৰ বিৰোধিতা কৰিছিল ৷

ABOUT THE AUTHOR

...view details